Types of Questions: MCQ (Multiple Choice Questions), Drawing or Essay writing (প্ৰশ্নৰ প্ৰকাৰ: বহুবিকল্প যুক্ত বা এম চি কিউ, ছবি অঁকা বা ৰচনা লিখা)
Process to follow: Students can download the question paper by clicking the download option after successfully completing their registration online. প্ৰশ্নকাকত প্ৰাপটকৰণৰ প্ৰক্ৰিয়া: অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ - ছাত্ৰীসকলে ডাউনলোড বাটন ক্লিক কৰি প্ৰশ্নকাকত প্ৰাপ্ত কৰিব পাৰিব।
Submission of completed answer sheet: Within 7 days from downloading the question paper, Students will have to upload the completed question paper cum answer sheet (Scanned copy only) and the drawing sheet as well as the selected essay through the portal or send them via courier to our registered address) সম্পূৰ্ণকৈ সমাধা কৰা উত্তৰ কাকত, অঁকা ছবি তথা ৰচনা প্ৰশ্নকাকত ডাউনলোড কৰাৰ ৭ দিনৰ ভিতৰত পৰ্টেলত (স্কেন কৰা আৰ্হি) আপলোড কৰিব লাগিব অথবা আমাৰো পঞ্জীয়নভুক্ত ঠিকনা লৈ কুৰীয়াৰ যোগে প্ৰেৰণ কৰিব পাৰিব।
Your Unique Id will be Generated Automatically once you complete Registration আপুনি পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ Registration ID স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হ'ব।
Rewards
Participation certificate will be issued to all students. সকলো ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
Cash prize of ₹5000 to each student who will get 4th to 10th positions. উদগণিমূলক পুৰস্কাৰ: প্ৰতিটো গ্ৰুপৰে চতুৰ্থৰ পৰা দশম স্থান লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীকে ৫০০০ টকাৰ নগদ পুৰষ্কাৰ প্ৰদান কৰা হব।
A cash incentive of ₹25,000 will be provided to the school from which the first three (i.e 1st to 3rd) positions for each group will emerge. যিখন বিদ্যালয়ৰ পৰা প্ৰতিটো গ্ৰুপতে ১ম, ২য় আৰু ৩য় স্থান লাভ কৰিবলৈ সক্ষম হয় তেনে বিদ্যালয়লৈ নগদ ২৫০০০ টকা আগবঢ়োৱা হব।
Results: Results of the competition will be declared on 26th January 2025 in the daily newspaper of The Assam Tribune and Assamese Pratidin as well as in Assamese news channels like News Live and Prag News
Watch the video to get an idea of how to fill the form